ভুৱন বাম | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ২০১৯ত ভুৱন বাম | |||||||||||||
ব্যক্তিগত তথ্য | |||||||||||||
জন্ম | ২২ জানুৱাৰী, ১৯৯৪ (৩১ বছৰ) | ||||||||||||
শিক্ষা | শ্বহীদ ভগত সিং মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় (বি এ ইতিহাস) | ||||||||||||
জীৱিকা |
| ||||||||||||
ইউটিউবৰ তথ্য | |||||||||||||
চেনেলসমূহ | BB Ki Vines | ||||||||||||
সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান | ||||||||||||
প্ৰকাৰ | কমেডি | ||||||||||||
চাবস্ক্ৰাইবাৰৰ সংখ্যা | ২৫.৪ মিলিয়ন | ||||||||||||
সৰ্বমুঠ দৰ্শন | ৪.২৫ বিলিয়ন | ||||||||||||
| |||||||||||||
২৩ এপ্ৰিল,২০২২-ৰ তথ্য |
ভুৱন অভনীন্দ্ৰ শংকৰ বাম (জন্ম ২২ জানুৱাৰী ১৯৯৪) ভাৰতৰ দিল্লীৰ এজন ভাৰতীয় কমেডিয়ান, লেখক, গায়ক, গীতিকাৰ, আৰু ইউটিউব ব্যক্তিত্ব। ইউটিউবত BB Ki Vines নামৰ কমেডী চেনেলটোৰ বাবে তেওঁ পৰিচিত।
মহাৰাষ্ট্ৰীয় বামে ১৯৯৪ চনৰ ২২ জানুৱাৰীত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল অভনীন্দ্ৰ আৰু পদ্ম বামৰ ঘৰত।[1] পিছলৈ তেওঁৰ পৰিয়াল দিল্লীলৈ গুচি যায়। দিল্লীৰ গ্ৰীণ ফিল্ডছ স্কুলত পঢ়া-শুনা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ শ্বহীদ ভগত সিং মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত স্নাতক ডিগ্ৰী লাভ কৰে। কভিদ-১৯ মহামাৰীত বামৰ মাক-দেউতাকৰ ২০২১ চনত মৃত্যু হয়।[2]
কভিদ-১৯ মহামাৰীত বামৰ মাক-দেউতাকৰ ২০২১ চনত মৃত্যু হয়।[3]