টৰ্ক (ইংৰাজী: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হ'ল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ (টাউ) দ্বাৰা সূচোৱা হয়।
টৰ্কৰ মান ক্ৰমে প্ৰযুক্ত বল (F), ব্যসাৰ্দ্ধ ভেক্টৰ (r) আৰু বলৰ দিশ তথা ব্যাসাৰ্দ্ধ ভেক্টৰৰ মধ্যবৰ্তী কোণৰ (θ) ওপৰত নিৰ্ভৰ কৰে।
গানিতিকভাবেঃ
ৱিকিমিডিয়া কমন্সত টৰ্ক সম্পৰ্কীয় মিডিয়া ফাইল আছে। |