মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰক নখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।
জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।
জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে।
মণিপুৰৰ নখন জিলা হৈছে:
ক’ড | জিলা | সদৰ | জনসংখ্যা (২০১১)[1] |
মাটিকালি (বৰ্গ কিমি) |
জনঘনত্ব (প্ৰতি বৰ্গ কিমি) |
ৱেবছাইট |
BI | বিষ্ণুপুৰ | বিষ্ণুপুৰ | 240,363 | 496 | 415 | ukhrul.nic.in |
CC | চুড়াচান্দপুৰ | চুড়াচান্দপুৰ | 271.274 | 4,574 | 50 | churachandpur.nic.in |
CD | চান্দেল | চান্দেল | 144,028 | 3,317 | 37 | chandel.nic.in |
EI | পূব ইম্ফাল | পৰম্পত | 452,661 | 710 | 555 | imphaleast.nic.in |
SE | সেনাপতি | সেনাপতি | 354,772 | 3,269 | 116 | Senapati.nic.in |
TA | তামেংলং | তামেংলং | 140,143 | 4,391 | 25 | tamenglong.nic.in |
TH | থৌবাল | থৌবাল | 420,517 | 514 | 713 | thoubal.nic.in |
UK | উখৰুল | উখৰুল | 183,115 | 4,547 | 31 | ukhrul.nic.in |
WI | পশ্চিম ইম্ফাল | লম্ফেলপাত | 514,683 | 519 | 847 | imphalwest.nic.in |
|