Location | বাংগালোৰ, কৰ্ণাটক, ভাৰত |
---|---|
Coordinates | 12°59′32.1″N 77°34′13.2″E / 12.99225°N 77.570333°Eস্থানাংক: 12°59′32.1″N 77°34′13.2″E / 12.99225°N 77.570333°E |
Website | http://mantrisquare.com |
মন্ত্ৰী স্কোৱেৰ (কন্নড়: ಮಂತ್ರಿ ಸ್ಕ್ವೇರ್) কৰ্ণাটকৰ বাংগালোৰ মহানগৰৰ মালেশ্বৰম অঞ্চলত অৱস্থিত এটা শ্বপিং মল। ৯২৪০০০ বৰ্গ ফুট (৮৫,৮০০ বৰ্গ মিটাৰ) ব্যৱহাৰযোগ্য কালিৰে (Gross leasable area) ২০১০ চনত মুকলি কৰাৰ সময়ত ই দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ শ্বপিং মল হিচাপে পৰিগণিত হৈছিল। [1]