মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় | |
---|---|
স্থাপিত | ২০১৩ |
উপাচাৰ্য | ডাঃ মৃণাল কুমাৰ বৰা |
স্থান | নগাঁও, অসম, ভাৰত |
ভুক্তি | ইউ.জি.চি. |
ৱেবছাইট | www |
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত স্থাপিত বিশ্ববিদ্যালয় । বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদতে আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে । বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে ।
সংঘৰ আবেদন মৰ্মে অসম চৰকাৰে "Assam Private Universities Act, 2007"ৰ অধীনত অসম বিধান সভাত ‘The Mahapurusha Srimanta Sankaradeva Viswavidyalaya Act, 2013’ বিলখন গৃহীত কৰি ২০১৩ চনত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হয় । [1]
নগাঁও চৌহদঃ
গুৱাহাটী চৌহদঃ
|