মাউংদাও জিলা
မောင်တောခရိုင် | |
---|---|
স্থানাংক: 21°00′N 92°23′E / 21°N 92.383°Eস্থানাংক: 21°00′N 92°23′E / 21°N 92.383°E | |
Country | ম্যানমাৰ |
Division | ৰাখাইন ৰাজ্য |
ৰাজধানী | মাউংদাও |
মাউংদাও জিলা (মান: မောင်တောခရိုင်) পশ্চিম ম্যানমাৰ (বাৰ্মা)ৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। ইয়াৰ ৰাজধানী চহৰ মাউংদাও আৰু জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ২৯৫ জন। মাউংদাও জিলাৰ জনসংখ্যাৰ প্ৰায় ৯১ শতাংশ মুছলমান, যাৰ ফলত ই ম্যানমাৰৰ সৰ্বাধিক মুছলমান থকা জিলা হিচাপে পৰিগণিত হৈছে। চুবুৰীয়া ছিট্টৱে জিলাৰ কিছু অংশৰ লগতে মাউংডাও জিলাকো অনানুষ্ঠানিকভাৱে উত্তৰ ৰাখাইন ৰাজ্য বুলিও কোৱা হয়।[1]
শেহতীয়াকৈ বহু মুছলমান এই অঞ্চলৰ পৰা শৰণাৰ্থী হিচাপে চুবুৰীয়া বাংলাদেশলৈ পলায়ন কৰিছে।[2]
|archiveurl=
, you must also specify |archivedate=
. https://web.archive.org/web/20180629074246/http://www.unhcr.org/publications/maps/44103c925/myanmar-northern-rakhine-state.html। আহৰণ কৰা হৈছে: 29 June 2018.