মাধৈ মালতী | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Brassicales |
পৰিয়াল: | Resedaceae |
গণ: | Stixis |
বৈজ্ঞানিক নাম | |
S. suaveolens (Roxb.) Pierre | |
সমাৰ্থক | |
|
মালতী (বৈজ্ঞানিক নাম: Stixis suaveolens)[1] হৈছে ৰেছিডিছিয়া (Resedaceae) পৰিয়ালৰ অন্তৰ্গত ইলিয়ানাৰ (liana) এটা প্ৰজাতি। ইয়াৰ কোনো উপ-প্ৰজাতি নাই।[2] ইয়াক ভাৰত, দক্ষিন চীন অৰু ইণ্ডো-চীনত পোৱা যায়; ভিয়েটনামত ইয়াক কেই টন নাম (cây tôn nấm) বুলি কয়।