![]() | |||
সম্পূৰ্ণ নাম | মুম্বাই চিটি ফুটবল ক্লাব | ||
---|---|---|---|
প্ৰতিষ্ঠা | ২০১৪ | ||
খেলপথাৰ | মুম্বাই ফুটবল এৰিনা (আসন: ৬,৬০০) | ||
গৰাকী | চিটি ফুটবল গ্ৰুপ (৬৫%) ৰণবীৰ কাপুৰ (১৮%) বিমল পাৰেখ (১৭%) | ||
মেনেজাৰ | ![]() | ||
লীগ | ইণ্ডিয়ান ছুপাৰ লীগ | ||
২০২২-২৩ | ১ | ||
ৱেবছাইট | ক্লাব হ'ম পেজ Club home page | ||
|
মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।[1][2]
এই ফুটবল ক্লাব চিটি ফুটবল গ্ৰুপ, বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু মুম্বাইত আধাৰিত চনদ গাণনিক বিমল পাৰেখৰ। এই দলৰ প্ৰশিক্ষণ এগ্নেল মাল্টিপাৰ্প'জ স্কুল, ৱাচিৰ জুনিয়ৰ কলেজ আদিত হৈছিল। আই-এচ-এলৰ সময়ত প্ৰশিক্ষণ কলাবাৰ কুপাৰেজ পথাৰত হয়।[1]
২০১৪ৰ আগৰ অংশত ঘোষণা কৰা হ'ল যে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচন আৰু আই-এম-জি ৰিলায়েঞ্চে ৯ৰ ভিতৰত ৮ মনোনীত চহৰৰ মালিকীস্বত্ত্বৰ বাবে নিবিদা গ্ৰহণ কৰিব,হ'বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে, যি এটি ৮ দলীয় ফ্ৰেঞ্চাইচ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰ্হিত পতা হ'ব।[1][3]
মুম্বাই ১২ অক্টোবৰৰ এটলেটিক' দি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত আই-এচ-এলৰ প্ৰথম খেলত আলহী আছিল। নিক'লাচ এনেল্কা আৰু ফ্ৰেডী জাংবাৰ্গৰ অভাৱত মুম্বাই ৩–০ৰে পৰাজিত হ'ল।[4]
মুম্বাই চিটি এফচিয়ে তেওঁলোকৰ গৃহ খেলসমূহ ৬,৬০০ আসন বিশিষ্ট মুম্বাই ফুটবল এৰিনাত খেলে।
টোকা: পতাকাই ফিফাৰ নিয়মৰ মতেহে জাতীয় দল দৰ্শাইছে, অন্যথা, খেলুৱৈসকলৰ একাধিক অ-ফিফা ৰাষ্ট্ৰীয়তা থাকিব পাৰে।Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
|
|
টোকা: নং আই-এচ-এলৰ অফিচিয়েল এপৰ পৰা লোৱা হৈছে।
পদবী | নাম |
---|---|
মুখ্য প্ৰশিক্ষক | ![]() |
সহযোগী প্ৰশিক্ষক | ![]() |
সময় | কিত্ নিৰ্মাতা | চোলা পৃষ্ঠপোষক |
---|---|---|
২০২২- | পিউমা | ষ্টেক নিউজ |
|