ড° মুস্তানছিৰ বাৰ্মা |
---|
|
সঞ্চালক, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান |
---|
পদাধিকাৰ |
কাৰ্যভাৰ গ্ৰহণ ২০০৭ |
ব্যক্তিগত তথ্য |
---|
জন্ম |
২৭ ডিচেম্বৰ, ১৯৫০ মুম্বাই, ভাৰত |
---|
শিক্ষানুষ্ঠান |
কেম্পিয়ন স্কুল, মুম্বাই, ছেইন্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই, ষ্টেট য়ুনিভাৰ্ছিটি অৱ নিউইয়ৰ্ক, ষ্টনী ব্ৰুক(ইংৰাজী:State University of New York at Stony Brook) |
---|
জীৱিকা |
অধ্যাপক, বিজ্ঞানী, লেখক |
পদ্মশ্ৰী ড° মুস্তানছিৰ বাৰ্মা এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ পৰিসাংখ্যিক বল বিজ্ঞান ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। বৰ্তমান তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান , মুম্বাইৰ সঞ্চালক। [1]
- Indian National Science Academy-ৰ যুৱ বিজ্ঞানী বঁটা (১৯৮০)।
- Indian Academy of Sciences-ৰ Associate (১৯৮৩-৮৬)।
- CSIR -ৰ দ্বাৰা পদাৰ্থবিজ্ঞানত শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা (১৯৯৫)।
- সন্মানীয় অধ্যাপক, জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ, বাংগালোৰ (১৯৯৮-২০০১)।
- DAE পদাৰ্থবিজ্ঞানত ৰাজা ৰামান্না বক্তৃতা পুৰস্কাৰ (২০০৪)।
- ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ এচ এন বোস Centenary Award (২০০৭)।
- Department of Science and Technology-ৰ জে চি বোস ফেল'শ্বিপ (২০০৭)।
- সপ্তম আব্দুচ চালাম সোঁৱৰণী বক্তৃতা, জামিয়া মিলিয়া ইছলামিয়া (২০০৯)।
- আৰ এছ গোয়ল পুৰস্কাৰ (২০০৬), ২০১০ চনত প্ৰদান কৰা হৈছিল।
- পদ্মশ্ৰী(২০১৩) [2]