মেক্স ৱেবাৰ

মেক্স ৱেবাৰ
Max Weber in 1918, facing right
Weber in 1918
জন্ম ২১ এপ্ৰিল, ১৮৬৪
Erfurt, Province of Saxony, Kingdom of Prussia
মৃত্যু ১৪ জুন, ১৯২০ (৫৬ বছৰ)
Munich, Bavaria, Weimar Republic
ধাৰা
আগ্ৰহ
  • History
  • economics
  • sociology
  • law
  • religion
উল্লেখযোগ্য কৰ্ম
প্ৰতিষ্ঠান
স্বাক্ষৰ

মেক্সমিলিয়ান কাৰ্ল এমিল ৱেবাৰ (/ˈvbər/; dedede;[1] ২১ এপ্ৰিল ১৯৬৪ – ১৪ জুন ১৯২০) আছিল এজন জাৰ্মান সমাজত্ববিদ, ইতিহাসবিদ, আইনবিদ আৰু ৰাজনৈতিক আৰ্থনীতিবিদ। যি সমাজতত্ব আৰু সমাজবিজ্ঞান সমূহক বিকাশ কৰাৰ ক্ষেত্ৰত এজন মূল ব্যক্তি আছিল।তেওঁৰ ধাৰণাসমূহে সমাজ তত্ত্ব আৰু গৱেষণাৰ ক্ষেত্ৰখনত বিশেষ ভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে।.

  1. Ritzer & Wiedenhoft Murphy 2019, পৃষ্ঠা. 32; Newman 2017, পৃষ্ঠা. 175.