যোগী ভাষা | |
---|---|
থলুৱা অঞ্চল | পাকিস্তান, ভাৰত |
অঞ্চল | সিন্ধু প্ৰদেশ, গুজৰাট |
জাতীয়তা | যোগী |
স্থানীয় ভাষিক |
(50–100,000 in Pakistan cited 1996)[1] |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয় ভাষা
|
ভাষা সংকেত | |
ISO 639-3 | jog |
গ্লোটোলগ | নাই |
যোগী ভাষা হ'ল ভাৰত আৰু পাকিস্তানৰ যোগী সম্প্ৰদায়ৰ কিছুসংখ্যক ব্যক্তিয়ে কোৱা ভাৰত-আৰ্য ভাষা৷ সাধাৰণতে এই ভাষাটোক মাৰোৱাৰীৰ উপভাষা বুলি গণ্য কৰা হয়, কিন্তু এই ভাষাৰ সৰ্বনামবোৰ মাৰোৱাৰী ভাষাতকৈ সুকীয়া হয়। সিন্ধু প্ৰদেশৰ বহু হিন্দুৰ লগতে মুছলমান যোগীয়েও সিন্ধীকে ধৰি নিজৰ স্থানীয় হিচাপে যোগী ভাষা কয়; আনহাতে পাকিস্তানৰ আন অঞ্চলৰ যোগীসকলৰ বেছিভাগেই যোগী ভাষা কয়।[2] অৱশ্যে সিন্ধু প্ৰদেশৰ থাৰি মিৰৱাহ অঞ্চলত বসবাস কৰা যোগীসকলৰ উপজাতি ৰাজপাৰ জনগোষ্ঠীৰ লোকসকৰ মাতৃভাষা সিন্ধী আৰু তেওঁলোকে যোগী ভাষা ক’ব নোৱাৰে।
|
|