লিঅ'নাৰ্ড অইলাৰ | |
---|---|
![]() Portrait by Jakob Emanuel Handmann (1756) | |
জন্ম | ১৫ এপ্ৰিল, ১৭০৭ Basel, Switzerland |
মৃত্যু | ১৮ ছেপ্টেম্বৰ, ১৭৮৩ (৭৬ বছৰ) [OS: 7 September 1783] Saint Petersburg, Russian Empire |
বাসস্থান | Kingdom of Prussia, Russian Empire Switzerland |
ক্ষেত্ৰ | Mathematics and physics |
কৰ্মস্থান | Imperial Russian Academy of Sciences Berlin Academy |
শিক্ষানুষ্ঠান | University of Basel |
ডক্তৰেল পৰামৰ্শদাতা | Johann Bernoulli |
ডক্তৰেল বিদ্যাৰ্থী | Nicolas Fuss Johann Hennert Stepan Rumovsky |
আন উল্লেখযোগ্য বিদ্যাৰ্থী | Joseph Louis Lagrange |
জনা যায় | See full list |
স্বাক্ষৰ![]() | |
টোকা He is the father of the mathematician Johann Euler. He is listed by an academic genealogy as the equivalent to the doctoral advisor of Joseph Louis Lagrange.[1] |
লিঅ'নাৰ্ড অইলাৰ (/ˈɔɪlər/ oy-lər;[2] জাৰ্মান উচ্চাৰণ: [ˈɔʏlɐ] ( শুনক), local pronunciation: [ˈɔɪlr̩] (
শুনক);
এপ্ৰিল ১৫, ১৭০৭ – ছেপ্টেম্বৰ ১৮, ১৭৮৩) এজন অগ্ৰদূত ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ আনকি infinitesimal calculus আৰু graph theoryৰ নিচিনা ভিন্ন মেৰুৰ ক্ষেত্ৰতো গুৰুত্ব-পূৰ্ণ আৱিষ্কাৰ কাৰিছিল। তেওঁৱেই আধুনিক গণিতৰ বহুখিনি পদ আৰু চিহ্নৰ আৰম্ভণি কৰিছিল, বিশেষকৈ গাণিতিক বিশ্লেষণত, যেনে: ফলনৰ ধাৰণা ইত্যাদি।[3] বলবিজ্ঞান, তৰল গতিবিদ্যা, আলোক বিজ্ঞান, আৰু জ্যোতিৰ্বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবেও তেওঁ জনাজাত।
অইলাৰক ১৮-শতিকাৰ শ্ৰেষ্ঠ আৰু সৰ্বকালৰ মহানতম গণিতজ্ঞ সকলৰ এজন বুলি বিবেচনা কৰা হয়। তেওঁ সকলোতকৈ বেছি ফলপ্ৰসূ গণিতজ্ঞ সকলৰো অন্যতম; তেওঁৰ সমগ্ৰ কামে ৬০-৮০quarto খণ্ড(vol) পূৰায়।[4] তেওঁ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় কটায় St. Petersburg, Russia, আৰু Berlin, Prussiaত।
Pierre-Simon Laplaceৰ এষাৰি উক্তিয়ে গণিতশাস্ত্ৰত অইলাৰৰ প্ৰভাৱ প্ৰকাশ কৰে-"অইলাৰক পঢ়া, অইলাৰক পঢ়া, তেওঁ আমাৰ সকলোৰে ওপৰত। "[5]
অবীজগণিতীয়-অপৰিমেয় সংখ্যা "e" অইলাৰৰ স্মৃতিত নামাংকিত।