বৰ্ণনাৰ বাবে চিত্ৰখনৰ ওপৰত ক্লিক কৰক | |||||||||||||
বিৱৰণ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
বিশেষণ | Venusian অথবা মাজেমাজে Cytherean | ||||||||||||
কক্ষপথৰ বৈশিষ্ট্য | |||||||||||||
যুগ জে২০০০ | |||||||||||||
অপসূৰ | ১০৮,৯৪১,৮৪৯ কিমি ০.৭২৮ ২৩১ ২৮ এইউ ৬৭,৬৯৩,৪৮৮ মাইল | ||||||||||||
অনুসূৰ | ১০৭,৪৭৬,০০২ কিমি ০.৭১৮ ৪৩২ ৭০ এইউ ৬৬,৭৮২,৬৫১ মাইল | ||||||||||||
অৰ্ধ-মুখ্য অক্ষ | ১০৮,২০৮,৯২৬ কিমি ০.৭২৩ ৩৩১ ৯৯ এইউ ৬৭,২৩৯,০৭০ মাইল | ||||||||||||
উৎকেন্দ্ৰতা | ০.০০৬ ৭৭৩ ২৩ | ||||||||||||
পৰ্যায়কাল | ৫৮৩.৯২ দিন | ||||||||||||
গড় কক্ষীয় দ্ৰুতি | ৩৫.০২০ কিমি/ছে | ||||||||||||
নতি | ৩.৩৯৪ ৭১° (সৌৰ বিষুবৰ সৈতে ৩.৮৬°) | ||||||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | ৭৬.৬৮০ ৬৯° | ||||||||||||
উপগ্ৰহসমূহ | নাই | ||||||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||||||
বিষুৱীয় ব্যাসাৰ্ধ | ৬,০৫১.৯ কিমি (০.৯৫ পৃথিৱী) | ||||||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | ৪.৬০×১০৮ কিমি২ (০.৯০২ পৃথিৱী) | ||||||||||||
আয়তন | ৯.২৮×১০১১ কিমি³ (০.৮৫৭ পৃথিৱী) | ||||||||||||
ভৰ | ৪.৮৬৮৫×১০২৪ কেজি (০.৮১৫ পৃথিৱী) | ||||||||||||
গড় ঘনত্ব | ৫.২০৪ গ্ৰাম/cm৩ | ||||||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ৮.৮৭ মি/ছে২ (০.৯০৪ g) | ||||||||||||
পলায়ন বেগ | ১০.৩৬ কিমি/ছে | ||||||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | −২৪৩.০১৮৫ দিন | ||||||||||||
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | ৬.৫২ কিমি/ঘ (বিষুবত) | ||||||||||||
অক্ষীয় ঢাল | ২.৬৪° | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱাংশ | ২৭২.৭৬° (১৮ ঘ ১১ মিন ২ ছে) ১ | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱলম্ব | ৬৭.১৬° | ||||||||||||
প্ৰতিফলন অনুপাত | ০.৬৫ | ||||||||||||
| |||||||||||||
বায়ুমণ্ডল | |||||||||||||
পৃষ্ঠৰ চাপ | ৯.২ মেগা পাষ্কেল | ||||||||||||
আয়তন অনুসৰি সংযুতি | ~৯৬.৫% কাৰ্বন ডাই অক্সাইড ~৩.৫% নাইট্ৰজেন .০১৫% ছালফাৰ ডাই অক্সাইড .০০৭% আৰ্গন .০০২% বাষ্প .০০১৭% কাৰ্বন মনোক্সাইড .০০১২% হিলিয়াম .০০০৭% নিয়ন trace কাৰ্বনিল ছালফাইড trace হাইড্ৰজেন ক্লোৰাইড trace হাইড্ৰজেন ফ্লৰাইড | ||||||||||||
শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এই পাৰ্থিৱ গ্ৰহটোক অনেক সময়ত পৃথিৱীৰ "ভনী গ্ৰহ" বুলি আখ্যায়িত কৰা হয়, কাৰণ পৃথিৱী আৰু শুক্ৰৰ মাজত গাঠনিক উপাদান আৰু আচাৰ আচৰণ বহুতো সাদৃশ্য আছে। এই গ্ৰহটো আগতে যেতিয়া পৃথিৱীৰ আকাশত দেখা গৈছিল তেতিয়া তাক "লুছিফাৰ" বা "চয়তান" নামেৰে নামকৰণ কৰিছিল।
শুক্ৰ গ্ৰহৰ লেটিন নামকৰণ কৰা হৈছে ৰোমান প্ৰেমৰ দেৱী ভেনাছ (Venus, লেটিনত: উয়েনুস্, ইংৰাজীত: ভীনাস্) নামানুসাৰে। পৌৰাণিক কাহিনীতে ভেনাছ (শুক্ৰ) ভালকানৰ স্ত্ৰী আৰু দেৱপুত্ৰ কিউপিড আৰু দৈনিয়্যাছেৰ মাতৃ। বৰ্তমানত শুক্ৰৰ বিশেষণ হিচাপে ইংৰাজীত ভেনুছইয়ান (Venusian) শব্দটি ব্যৱহৃত হয়। কিন্তু ইয়াৰ লেটিন বিশেষণ হৈছে উয়েনেৰেয়াল্ (Venereal), ইংৰাজী উচ্চাৰণত ভেনিৰিয়্যাল্ যিটো আধুনিক ইংৰাজী ভাষাত যৌনৰোগ বোধক শব্দ হিচাপে ব্যৱহৃত হয়। এই বাবে ভেনিৰিয়্যাল শব্দটো ইয়াৰ বিশেষণ হিচাপে ইয়াত ব্যৱহাৰ নহয়। অনেক জ্যোতিৰ্বিজ্ঞানীয়ে এই গ্ৰহৰ নামৰ বিশেষণ হিচাপে "সিথাৰিয়ান" (Cytherean) শব্দটি ব্যৱহাৰ কৰে যিটো "গ্ৰীক পুৰাণ"ত উল্লিখিত দেৱী "আফ্ৰোদিতি"ৰ অন্য নাম সিথাৰিয়াৰ পৰা আহিছে। ইয়াৰ বাদেও আৰু অনেক বিশেষণ হৈছে: ভেনাৰিয়ান (Venerean, Venarian), ভেনাৰান (Veneran) ইত্যাদি।
চৈনিক, জাপানী, কোৰিয়া আৰু ভিয়েতনামিজ সংস্কৃতত এই গ্ৰহৰ নাম ধাতব তৰা (金星) বোলা হয় যিটো পৃথিৱী সৃষ্টিকাৰী পাঁচটি মৌলিক উপাদানৰ নামৰ পৰা উচ্চাৰিত।
সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা | ||||
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান |