শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় | |
---|---|
![]() | |
স্থাপিত | ২০০৯ |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | ধ্ৰুৱজ্যোতি বৰা |
স্থান | গুৱাহাটী |
চৌহদ | চহৰাঞ্চল |
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
ৱেবছাইট | http://www.ssuhs.in/index.php |
শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০০৯ চনত সমগ্ৰ অসম ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইন ২০০৭ৰ দ্বাৰা স্থাপন কৰে। [1][2]
বিশ্ববিদ্যালয়খনি অস্থায়ীভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা সঞ্চালন কৰি থকা হৈছে।