সড়ক ২ | |
---|---|
পৰিচালক | মহেশ ভট্ট |
ৰচনা | মহেশ ভট্ট সুমিত্ৰা সেনগুপ্ত |
প্ৰযোজক | মুকেশ ভট্ট |
অভিনয়ত | সঞ্জয় দত্ত পূজা ভট্ট আলিয়া ভট্ট আদিত্য ৰয় কাপুৰ |
চিত্ৰগ্ৰহণকাৰী | জয় আই. পাটিল |
সম্পাদনা | Sandeep Kurup |
সংগীত পৰিচালক | জিৎ গাংগুলী অংকিতা তিৱাৰী সুমীধ মুখাৰ্জী উৰ্বি সুনীলজিৎ |
প্ৰযোজনা কোম্পানীসমূহ |
|
পৰিবেশক | ডিজনী হ’টষ্টাৰ |
মুক্তি |
২৮ আগষ্ট ২০২০ |
দেশ | ভাৰত |
ভাষা | হিন্দী |
সড়ক ২ (হিন্দী: सड़क २, অনুবাদ: ৰাস্তা ২) এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ, যিখনক পৰিচালনা কৰিছে মহেশ ভট্ট আৰু প্ৰযোজনা কৰিছে মুকেশ ভট্ট। চলচ্চিত্ৰখন ভিশেশ ফিল্মচ্ৰ বেনাৰত নিৰ্মিত। চলচ্চিত্ৰখন ১৯৯১ চনৰ চলচ্চিত্ৰ 'সড়ক'ৰ পৰিশিষ্ট। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে সঞ্জয় দত্ত, পূজা ভট্ট, আদিত্য ৰয় কাপুৰ আৰু আলিয়া ভট্ট।[1][2] চলচ্চিত্ৰখনৰ মুখ্য চিত্ৰগ্ৰহণ ২০১৯ৰ এপ্ৰিলত আৰম্ভ হয় আৰু শ্বুটিং কৰা হয় ক্ৰমে উটি, মুম্বাই, মাইচূৰ আৰু উত্তৰাকাণ্ডত। চলচ্চিত্ৰখন ২০২০ চনৰ ২৮ আগষ্টত মুক্তি পাইছে।[3][4]
২০২০ চনৰ ১২ আগষ্টত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ ইউটিউব চেনেল ফ’ক্সষ্টাৰ হিন্দীত প্ৰকাশিত হৈছিল আৰু মুক্তিৰ কিছু ঘণ্টাৰ পিছতে all time beating Jake Paul's It's Everyday Broৰ seventh-most disliked YouTube video লৈ পৰিগণিত হয়।
অভিনয়ত | চৰিত্ৰ | তথ্য প্ৰসংগ |
---|---|---|
সঞ্জয় দত্ত | ৰবি বৰ্মা | [1] |
পূজা ভট্ট | পূজা বৰ্মা | [1] |
আলিয়া ভট্ট | আৰায়া | [1] |
আদিত্য ৰয় কাপুৰ | বিশাল | [1] |
গুলচন গ্ৰোভাৰ | [5] | |
মকৰন্দ দেশপাণ্ডে | (গড্ মেন) a god man | [6] |
যিশু সেনগুপ্ত | ||
প্ৰিয়ঙ্কা বসু | ||
মোহন কাপুৰ | ||
অক্ষয় আনন্দ | ||
আব্দুল কদেৰ আমিন | [7] |
এই চলচ্চিত্ৰখন প্ৰথমে ২০২০ চনৰ ২৫ মাৰ্চত মুক্তিপাবলগীয়া আছিল, যদিও ২০২০ চনৰ ১০ জুলাইলৈকে আগবঢ়াই দিয়া হয়।[8] শ্বুটিঙৰ সময়সূচী পুনৰ বঢ়াই দিয়া হয় কাৰণ COVID-19 মহামাৰী ল’কডাউনৰ বাবে শ্বুটিং কাৰ্য দেৰি হয়।[9]
২০২০ চনৰ ২৯ জুনত ডিজনী+ হ’টষ্টাৰত আয়োজিত এখন আলোচনাত আলিয়া ভট্টই জনাইছিল যে, ২০২০ চনৰ ২৮ আগষ্টত ডিজনে+ হট্ষ্টাৰত বিশেষ ৰূপত চলচ্চিত্ৰখন মুক্তি দিয়া হ’ব।[3][4]
Untitled | |
---|---|
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জিৎ গাংগুলী, অঙ্কিত তিৱাৰী, সমীদ মুখপাধ্যায়, উৰ্বি আৰু সুনীলজিৎয়ে। সংগীত ৰচনা ৰশ্মি বিৰাগ, বিজয় বিজৱাত, শব্বীৰ আহমেদ, সুনীলজিৎ আৰু শালু বৈশৰ।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | কণ্ঠশিল্পী | দৈৰ্ঘ্য | |||||||
1. | "তুম সে হী" | অঙ্কিত তিৱাৰী, লীনা বসু | ৪:৪৩ | |||||||
2. | "শুক্ৰিয়া" | কেকে,[10]জুবিন নৌতিয়াল | ৪:৪৫ | |||||||
3. | "ইস্ক কমল" | জাবেদ আলি | ৪:১৯ | |||||||
4. | "দিল কী পুৰানী সড়ক" | কেকে | ৪:৪৯ | |||||||
5. | "চল তেৰা শুক্ৰিয়া" | শ্ৰেয়া ঘোষাল | ৪:৪৫ | |||||||
6. | "পুৰানী সড়ক" (ৰিপ্ৰাইজ (Reprise)) | কেকে | ৩:২৪ | |||||||
7. | "শুক্ৰিয়া" (ৰিপ্ৰাইজ (Reprise)) | কেকে, জুবিন নৌতিয়াল | ৪:৪৫ | |||||||
8. | "দিল কী পুৰানী" (আনপ্লাগড (Unplugged)) | সমীদ মুখাৰ্জী | ৩:১৭ | |||||||
9. | "শুক্ৰিয়া" (ৰেনদিশ্বন (Rendition)) | অৰিজিৎ সিং, কেকে, জুবিন নৌতিয়াল | ৪:৫৫ | |||||||
10. | "তুম সে হী" (ৰিপ্ৰাইজ (Reprise)) | আলিয়া ভট্ট | ৪:০৫ | |||||||
মুঠ দৈৰ্ঘ্য: |
৪৩:৪৭ |
<ref>
টেগ;
release
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই<ref>
টেগ;
:1
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই