এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
সামান্থা ৰুথ প্ৰভু | |
---|---|
![]() ২০১৭ চনত সামান্থা ৰুথ প্ৰভু | |
জন্ম | সামান্থা ৰুথ প্ৰভু ২৮ এপ্ৰিল, ১৯৮৭ (৩৭ বছৰ)[1][2] মাদ্ৰাজ, তামিলনাডু, ভাৰত[3] (বৰ্তমানৰ চেন্নাই) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | বি.কম |
শিক্ষানুষ্ঠান | Stella Maris College, Chennai |
পেচা | অভিনেত্ৰী |
দাম্পত্যসঙ্গী | নাগা চৈতন্য (বি. ২০১৭; বিবি. ২০২১)[4] |
পিতৃ-মাতৃ |
|
স্বাক্ষৰ | |
![]() |
সামান্থা ৰুথ প্ৰভু (ইংৰাজী: Samantha Ruth Pravu) ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।[5][6] তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰা অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[7][8][9][10] তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত এজন নেতৃস্থানীয় অভিনেত্ৰী হিচাপে নিজকে গঢ়ি তুলিছে। বাণিজ্য শাখাত ডিগ্ৰীলৈ থকাৰ সময়ত আক্কিনেনীয়ে মডেলিং এছাইনমেণ্টত পাৰ্ট টাইম হিচাপে কাম কৰিছিল। তেওঁ অতি কম সময়ৰ ভিতৰতে চলচ্চিত্ৰৰ চৰিত্ৰত অভিনয়ৰ বাবে অফাৰ লাভ কৰে আৰু গৌতম মেননৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত তেলেগু ৰোমাঞ্চ ছবি “য়ে মায়া শেষব (২০১০)” -ৰ যোগেদি অভিনয়ত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ শ্ৰেষ্ঠ অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটা লাভ কৰে।[11][12][13] তাৰ পিছত তেওঁ “নিথানে ইন পোনভাচানথাম” আৰু “ইগা” চলচ্চিত্ৰৰ বাবে একেটা বছৰতে দুয়োটাকৈ শ্ৰেষ্ঠ তামিল অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ তেলেগু অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা দ্বিতীয় গৰাকী অভিনেত্ৰী হয়৷
সামান্থা ৰুথ প্ৰভুৰ জন্ম ১৯৮৭ চনৰ ২৮ এপ্ৰিলত হয়।[14][15] তেওঁৰ জন্ম হয় ভাৰতৰ ৰাজ্য চেন্নাইৰ তামিলনাডুত।[16] তেওঁৰ দেউতাৰ নাম আছিল প্ৰভু আৰু মাতৃৰ নাম আছিল নিনেট্টে প্ৰভু। তেওঁৰ অন্য নাম য়াশোদা।[17]
![]() |
এতিয়াও মুক্তি লাভ কৰা নাই |
চন | শিৰোনাম | চৰিত্ৰ | পৰিচালক | ভাষা | টোকা | Ref. |
---|---|---|---|---|---|---|
২০১০ | য়ে মায়া শেষব | জেচ্ছী | গৌতম মেনন | তেলেগু | শ্ৰেষ্ঠ অভিশেষ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু |
[18] |
২০১০ | ভিন্নইথাণ্ডি ভৰুভায়া | নন্দিনী | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | [19] | |
২০১০ | বানা কাথাড়ী | প্ৰিয়া | বাদ্ৰী ভেঙ্কাতেশ | তামিল | [20] | |
২০১০ | মোচকোৱিন কাবেৰী | কাবেৰী | ৰবি বৰ্মন | তামিল | [21] | |
২০১০ | বৃন্দাভানাম | ইন্দু | বংশী পৈদিপাল্লী | তামিল | [22] | |
২০১১ | নাদুনিশি নায়গল | আচিলুম পেচেণ্ট | গৌতম মেনন | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | [23] |
২০১১ | দুকুদু | প্ৰাশন্তী | শ্ৰীণুু ভৈটলা | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | [24] |
২০১২ | এক দীৱানা থা | সামান্থা | গৌতম মেনন | হিন্দী | কেমিঅ’ এপিয়াৰেঞ্চ | [25] |
২০১২ | ইগা | বিন্দু | এছ. এছ. ৰাজমৌলী | তেলেগু | শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | [26] |
২০১২ | নান ই | বিন্দু | তামিল | [27] | ||
২০১২ | নিথানে ইন পোনভাচানথাম | নিত্যা বাসুদেৱা | গৌতম মেনন | তামিল | শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল | [28] |
২০১২ | য়েতো ভেল্লিপোয়িনধী মানাসু | নিত্যা ইলাভাৰতী | তেলেগু | [29] | ||
২০১৩ | সিথাম্মা ভাকিত্ল চিৰিমাল্লে চেট্টু | গীতা | তেলেগু | [30] | ||
২০১৩ | জবৰদস্ত | শ্ৰেয়া | বি. ভি. নন্দিনী ৰেড্ডী | তেলেগু | [31] | |
২০১৩ | থেৰা ভেলাই চেইয়ানুম কুমাৰু | নিজে | সুুুুন্দৰ চি. | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | [32] |
২০১৩ | আট্টাৰান্তিকি দাৰেদী | সাক্ষী | তৃবিক্ৰম শ্ৰীনিৱাস | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | [33] |
২০১৩ | ৰামায়া বস্তাভায়া | আকৰ্ষা | হৰিশ শংকৰ | তেলেগু | [34] | |
২০১৪ | মানাম | কৃষ্ণাবেণী আৰু প্ৰিয়া[টোকা 1] | বিক্ৰম কুমাৰ | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | [35] |
২০১৪ | অ’টোনগৰ সূৰ্য | শিৰিষা | দেৱা কাত্তা | তেলেগু | [36] | |
২০১৪ | অল্লুদু চেনু | অঞ্জলি | ভি. ভি. বিনায়ক | তেলেগু | [37] | |
২০১৪ | অঞ্জান | জীভা | এন লিঙ্গুস্বামী | তামিল | [38] | |
২০১৪ | ৰাভাচা | ইন্দু | সন্তুশ শ্ৰীনিৱাস | তেলেগু | [39] | |
২০১৪ | কাত্থী | অংকিতা | এ আৰ মুৰুগাদুজ | তামিল | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল | [40] |
২০১৫ | এছ/অ সত্যামূৰ্তী | সমীৰা | তৃবিক্ৰম শ্ৰীনিৱাস | তামিল | [41] | |
২০১৫ | ১০ ইনদ্ৰুথুকুল্লা | সখিলা আৰু গাজী মই[টোকা 1] | বিজয় মিল্টন | তামিল | [42] [43] | |
২০১৫ | থাঙ্গা মাগান | যমুনা | বেলৰাজ | তামিল | [44] | |
২০১৬ | বাংগালোৰ নাতকাল | জ্ৰেচ | ভাস্কৰ | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | [45] |
২০১৬ | থেৰী | মিথ্ৰা | অত্লী | তামিল | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামি | [46] |
২০১৬ | ২৪ | সত্যা | বিক্ৰম কুমাৰ | তামিল | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল | [47] |
২০১৬ | ব্ৰহ্মোৎসৱম | লণ্ডনৰ অজ্ঞাত এন আৰ আই | শ্ৰীকান্ত আদ্দালা | তেলেগু | [48] | |
২০১৬ | আ | আনসুৰা ৰামলিংগম | তৃবিক্ৰম শ্ৰীনিৱাস | তেলেগু | শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | [49] |
২০১৬ | জনতা গেৰেজ | বুজ্জী | কৰাতলা শিৱ | তেলেগু | [50] | |
২০১৭ | ৰাজু গাড়ী গাধী ২ | আমৰুথা | ওমকাৰ | তেলেগু | [51]' | |
২০১৭ | মাৰ্চেল | তাৰা | অত্লী | তামিল | [52] | |
২০১৮ | ৰাঙ্গাস্থলম | ৰামা লক্ষ্মী | সুকুমাৰ | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | [53] |
২০১৮ | মহানতী | মাধুৰাবাণী | নাগ উচিন | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ সহায়ক চৰিত্ৰৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | [54] |
২০১৮ | নাদিগৈয়াৰ থিলাগাম | মাধুৰাবাণী | তামিল | [55] | ||
২০১৮ | ইৰুমবু থিৰাই | ৰথী দেৱী | পি. এছ. মিথ্ৰান | তামিল | [56] | |
২০১৮ | সীমাৰাজা | সুন্ধানথিৰা চেলভী | পোণৰাম | তামিল | [57] | |
২০১৮ | ইউ টাৰ্ণ | ৰচনা | পৱন কুমাৰ | তামিল | [58] | |
২০১৮ | ইউ টাৰ্ণ | ৰচনা | তেলেগু | [59] | ||
২০১৯ | ছুপাৰ ডিলাক্স | ভাইমভূ | থিয়াগাৰাজন কুমাৰৰাজা | তামিল | [60] | |
২০১৯ | মাজিলী | শ্ৰাৱণী | শিৱ নিৰ্বাণা | তেলেগু | [61] | |
২০১৯ | অহ্! বেবী | স্বাথী (বেবী)[টোকা 2] | বি. ভি. নন্দিনী ৰেড্ডী | তেলেগু | [62] [63] | |
২০১৯ | মনমধুদু ২ | স্থাপত্য বিদ্যাৰ্থী | ৰাহুল ৰবীন্দ্ৰ | তেলেগু | কেমিঅ’ এপিয়াৰেঞ্চ | [64] |
২০২০ | জানু | জানকী দেৱী (জানু)[টোকা 2] | চি. প্ৰেম কুমাৰ | তেলেগু | [65] | |
২০২০ | কাথুভাকুলা ৰেণু কাধাল![]() |
ঘোষণা হ’ব | বিগণেশ শিৱম | তামিল | ফিল্মিং | [66] |
চন | বঁটা | ধৰণ | চলচ্চিত্ৰ | ফলাফল |
---|---|---|---|---|
২০১১ | চিনেমা বঁটা | শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ | য়ে মায়া চেশৱ | বিজয়ী |
৫৮তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | মনোনীত | ||
শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ | বিজয়ী | |||
নন্দী বঁটা | স্পেচিয়েল জুৰি এৱাৰ্ড | বিজয়ী | ||
টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) | শ্ৰেষ্ঠ অভিনেত্ৰী | মনোনীত | ||
৫ম বিজয় বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী আত্মপ্ৰকাশ | বাণা কাথাদী | মনোনীত | |
২০১২ | ৫৯তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | দুকুদু | মনোনীত |
১ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | মনোনীত | ||
২০১৩ | বিকাটান এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | নীথানে ইন পোনভাচান্থাম | বিজয়ী |
৭ম বিজয় বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | ||
প্ৰিয় হিৰোইন | মনোনীত | |||
৬০তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তামিল | বিজয়ী | ||
২য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | মনোনীত | ||
তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী (স্পেচিয়েল প্ৰাইজ) | বিজয়ী | ||
৬০তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | ঈগা | বিজয়ী | |
টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) | শ্ৰেষ্ঠ অভিনেত্ৰী | মনোনীত | ||
চিনেমা বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | ||
Santosham Film Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | ||
২য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | মনোনীত | ||
নন্দী বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | য়েটো বেল্লিপোয়িন্ধী মানাসু | বিজয়ী | |
২০১৪ | Margadarsi Big Telugu Entertainment Awards | শ্ৰেষ্ঠ অভিনেত্ৰী 2013 | আট্টাৰিণ্টিক দাৰেদী | বিজয়ী |
টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) | শ্ৰেষ্ঠ অভিনেত্ৰী | মনোনীত | ||
৩য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | বিজয়ী | ||
Santosham Film Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | মনোনীত | ||
৬১তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | মনোনীত | ||
২০১৫ | চিনেমা এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | মানাম | বিজয়ী |
৪ৰ্থ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী (Critics) – তেলেগু | বিজয়ী | ||
শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | মনোনীত | |||
৬২তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | মনোনীত | ||
2nd Behindwoods Gold Medal Ceremony | People's Choice Actress | অনজান, কাট্টী | বিজয়ী | |
৬২তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | কাট্টী | মনোনীত | |
৪ৰ্থ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | মনোনীত | ||
৯ম বিজয় বঁটা | প্ৰিয় হিৰোইন | মনোনীত | ||
Mercedes Benz RITZ STYLE AWARDS (Chennai Edition) | ৰিটজ চোলিটাৰী এৱাৰ্ডচ্ (RITZ Solitaire Award)[67] | - | বিজয়ী | |
২০১৬ | ৫ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | এছ/অ সত্যামুৰ্তী | মনোনীত |
ইউথ আইকন অফ চাউথ ইণ্ডিয়া[68] | - | বিজয়ী | ||
Edison Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | থাঙ্গা মগন | মনোনীত | |
২০১৭ | Zee Cinemalu Awards | বক্স অফিচৰ ৰাণী | অ আ, ব্ৰহ্মোৎসৱ, জনতা গেৰেজ | বিজয়ী |
2nd IIFA Utsavam Awards | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু | অ আ | বিজয়ী | |
৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু[70] | বিজয়ী | ||
৬য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু | মনোনীত | ||
Santosham Film Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | বিজয়ী | ||
৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | থেৰী | মনোনীত | |
৬য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | মনোনীত | ||
৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | ২৪ | মনোনীত | |
4th Behindwoods Gold Medal Ceremony | পিপলচ্ চইছ এক্ট্ৰেচ্[71] | থেৰী, ২৪ | বিজয়ী | |
২০১৮ | ১০ম বিজয় বঁটা | প্ৰিয় হিৰোইন | মাৰ্চেল | মনোনীত |
2nd Social Media Summit and Awards | মষ্ট লাইকড দক্ষিণ ভাৰতীয় অভিনেত্ৰী | - | বিজয়ী | |
Indian Film Festival of Melbourne | বেষ্ট এক্টৰ ইন এ চাপৰ্টিং ৰোল | মহানাতী | মনোনীত | |
২০১৯ | Sri Kala Sudha Telugu Association Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | ৰঙ্গাস্থলম | বিজয়ী |
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ষ্টাইল আইকন | ভেৰিয়াচ ৰোলচ্ | বিজয়ী | |
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী (Critics) - তেলেগু | ৰঙ্গাস্থলম | বিজয়ী | |
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | ইৰুমভু থিৰাই | মনোনীত | |
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু | ৰঙ্গাস্থলম | মনোনীত | |
৬৬তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী | মহানাতী | মনোনীত | |
৬৬তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | ৰঙ্গাস্থলম | মনোনীত | |
২০২০ | টিভি৯ নৱ নক্ষত্ৰ সন্মান | শ্ৰেষ্ঠ অভিনেত্ৰী | ঈগা, ৰঙ্গাস্থলম, মহানাতী, অহ্! বেবী এণ্ড ম’ৰ ভেৰিয়াচ ৰোলচ্ | বিজয়ী |
জি চিনেমা তামিল এৱাৰ্ডচ্ | শ্ৰেষ্ঠ অভিনেত্ৰী - জুৰি স্পেচিয়েল মেঞ্চন | চুপাৰ ডিলাক্স | বিজয়ী | |
জি চিনেমা তেলেগু এৱাৰ্ডচ্ | লীডিং ৰোলৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী | মাজিলি, অহ্! বেবী | বিজয়ী | |
চিনেমা চেনত্ৰেল এক্সেলেঞ্চ এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | চুপাৰ ডিলাক্স | বিজয়ী | |
ক্ৰিটিকছ চইছ ফিল্ম এৱাৰ্ড (Critics Choice Film Awards)[72][73] | শ্ৰেষ্ঠ অভিনেত্ৰী | অহ্! বেবী | বিজয়ী | |
চুপাৰ ডিলাক্স | মনোনীত |
![]() |
ৱিকিমিডিয়া কমন্সত সামান্থা আক্কিনেনী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/>
টেগ্ পোৱা নগ'ল