Sinhala | |
---|---|
සිංහල Siṁhala | |
![]() | |
উচ্চাৰণ | সাঁচ:IPA-si |
থলুৱা অঞ্চল | Sri Lanka |
জাতীয়তা | Sinhalese people |
ভাষা পৰিয়াল |
|
পূৰ্বসূৰী |
|
উপভাষা | *Vedda (perhaps a Creole language) |
লিখন প্ৰণালী | |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() |
ভাষা সংকেত | |
ISO 639-1 | si |
ISO 639-2 | sin |
ISO 639-3 | sin |
গ্লোটোলগ | sinh1246 [1] |
লিংগোৱাস্ফেয়াৰ | 59-ABB-a |
সিংহল (සිංහල) [উচ্চৰণ: সিংহলো] বা "সিংহলী ভাষা" শ্ৰীলঙ্কাৰ মূল ভাষা। শ্ৰীলঙ্কাৰ প্ৰায় ২ মিলিয়ন মানুহে সিংহল ভাষাত কথা কয়।[2] এই ভাষাটো সিংহল লিপিৰে লিখা হয়। খ্ৰীষ্টপূৰ্ৱ ৩য় শতিকাত সিংহল ভাষাত লিখা শিলালিপি পোৱা হৈছে। ১০ম শতিকাৰ পৰা আৰম্ভ কৰি ভাষাটোত সমৃদ্ধ বৌদ্ধ সাহিত্য ৰচিত হৈছে। ১৯৫৬ চনত শ্ৰীলঙ্কাত সিংহল ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছিল। তেতিয়া তাৰ তামিল সংখ্যালঘু জনগোষ্ঠীয়ে আক্ৰমণাত্মক গণবিক্ষোভ চলাইছিল। তাৰ ফলশ্ৰুতিতে ১৯৫৮ চনত শ্ৰীলঙ্কাত সিংহল ভাষাৰ লগতে তামিল ভাষাকো বিশেষ চৰকাৰী মৰ্য্যাদা দিয়া হয়।
|
|