সিদ্ধাৰ্থ ভট্টাচাৰ্য | |
---|---|
![]() এটা অনুষ্ঠানত অংশ লোৱাৰ সময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য(মাজৰ গৰাকী) | |
বিধানসভাৰ সদস্য, অসম | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০১৬ চন | |
পূৰ্বসূৰী | ৰবীন বৰদলৈ |
সমষ্টি | গুৱাহাটী পূব সমষ্টি |
শিক্ষামন্ত্ৰী, অসম | |
কাৰ্যকাল ২৬ এপ্ৰিল ২০১৮ – ১০ মে' ২০২১ | |
পূৰ্বসূৰী | হিমন্ত বিশ্ব শৰ্মা |
ব্যক্তিগত তথ্য | |
জন্ম | ১০ জুন ১৯৬১ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
শিক্ষানুষ্ঠান | M.A., L.L.B., গুৱাহাটী বিশ্ববিদ্যালয় |
পেচা | ৰাজনীতিবিদ |
জীৱিকা | অধিবক্তা |
ৱেবছাইট | http://siddharthabhattacharya.in/ |
সিদ্ধাৰ্থ ভট্টাচাৰ্য্য (ইংৰাজী: Siddhartha Bhattacharya, জন্ম ১০ জুন ১৯৬১)[1] হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য।
গোস্বামী অসমৰ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আৰু আছিল। তেওঁ ১৯৯৫ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল আৰু ২০১৪ চনলৈকে অসম প্ৰদেশৰ দলীয় সভাপতি আছিল যদিও ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঠাইত সৰ্বানন্দ সোণোৱাল অধিষ্ঠিত হৈছিল।[2][3][4][5][6][7][8] ভট্টাচাৰ্য্যই ভাৰতীয় জাতীয় কংগ্ৰেছ ৰবীন বৰদলৈৰ হাতত ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচন ত গুৱাহাটী পূব সমষ্টি আসনৰপৰা ৩,৯৯৭টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। কিন্তু, তেওঁ গুৱাহাটী পূব সমষ্টি ৰ পৰা ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ববীতা শৰ্মাক অভিলেখ সংখ্যক ৯৬,৬৩৭টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰিছিল।[9]