সিন্ধু নদী (Indus River) (উৰ্দু: دريائے سِندھ (Darya-e Sindh) পঞ্জাবী: ਸਿੰਧ ਦਰਿਆ (Sindh Darya) সিন্ধী: سنڌو درياءَ (Sindhu Darya) পশতু: اباسين (Abasin) সাঁচ:Lang-Av (Harauhuati) সংস্কৃত: Sanskrit (Sindhu/سندھو)) | |
পাকিস্তান আৰু চীনত সিন্ধু নদীৰ কৃত্ৰিম উপগ্ৰহীয় ছবি
| |
দেশ | পাকিস্তান (৯৩%) ভাৰত (৫%) চীন (২%) |
---|---|
উপনৈ | |
- বাঁওদিশত | Zanskar River, Chenab River, Sutlej River, Soan River, Beas River, Ravi River, Dras River, Suru River (Indus), Jhelum River, Kishanganga River |
- সোঁদিশত | Shyok River, Gilgit River, Kabul River, Kurram River, Gomal River |
চহৰসমূহ | Leh, Sukkur, Hyderabad, Dera Ismail Khan |
Primary source | Sênggê Zangbo |
- অৱস্থান | Tibetan Plateau |
Secondary source | Gar |
- location | Tibetan Plateau |
মোহনা | Arabian Sea (primary), Nal Sarovar Bird Sanctuary (secondary) |
- অৱস্থান | Indus River Delta (primary), Central Gujarat (secondary), Pakistan (primary), India (secondary) |
- উচ্চতা | ০ মি (০ ফুট) |
- স্থানাঙ্ক | 23°59′40″N 67°25′51″E / 23.99444°N 67.43083°E |
দৈৰ্ঘ্য | ২,৮৮০ কিমি (১,৭৯০ মাইল) |
অৱবাহিকা | ১১,৬৫,০০০ বৰ্গকিমি (৪,৪৯,৮০৯ বৰ্গমাইল) |
প্ৰবাহ | for Arabian sea |
- গড় | ৬,৬০০ ঘনমিটাৰ/ছেকেণ্ড (২,৩৩,০৭৭ ঘনফুট/ছেকেণ্ড) |
সিন্ধু নদী (Indus River/Sindhu River / Abasin (পশতু: اباسين)) এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম। এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে। সিন্ধু নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি (Tibetan Plateau) ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগৰত মিলিত হৈছেগৈ। এই নদীৰ মুঠ দৈৰ্ঘ্য 3,180 km (1,980 মাইল)। ইণ্ডাছ নদী পাকিস্তানৰ দীৰ্ঘতম নদী।[1]
এই নদীৰ মুঠ অপবাহৰ কালি ( drainage area) 11,65,000 বৰ্গ কি.মি. (4,50,000 বৰ্গ মাইল) ৰো অধিক। ইয়াৰ বাৰ্ষিক প্ৰবাহ (annual flow) প্ৰায় সাঁচ:Convert/km3 যাৰ ফলত বাৰ্ষিক প্ৰবাহৰ ক্ষেত্ৰত এই নদীয়ে বিশ্বৰ ভিতৰতে একবিংশতিতম স্থান লাভ কৰিছে।
এই নদীৰ লাডাখত থকা উপনৈখন হৈছে Zanskar। সমতলত থকা আন এখন উপনৈ হৈছে Chenab যাৰ নিজৰে চাৰিখন উপনৈ আছে- Jhelum, Ravi, Beas আৰু Sutlej।[2]
সিন্ধু নদীয়ে বৈদিক ঋকবেদত ’সপ্ত সিন্ধু’ বুলি উল্লেখ কৰা বৰ্তমানৰ পাকিস্তানৰ বৰ্তমানৰ ব-দ্বীপ গঠন কৰিছে। এই নদীয়ে প্ৰাচীন কালৰে ৰা নানা আশ্চৰ্য্যৰে পৰিব্ৰাজক আৰু ইতিহাসবিদসকলক আকৰ্ষিত কৰি আহিছে।[3]
ৱিকিমিডিয়া কমন্সত সিন্ধু নদী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |