সুদেষ্ণা | |
---|---|
![]() সিংহাসনত বহি থকা সুদেষ্ণা (বাঁওফালে), দ্ৰৌপদী আৰু অন্যান্য মহিলাই তেওঁক সম্ভাষণ জনাইছে | |
তথ্য | |
দাম্পত্যসঙ্গী | বিৰাট |
সন্তান | উত্তৰ কুমাৰ, উত্তৰা, Shveta, আৰু Shankha |
সুদেষ্ণা বা কৈকেয়ী (ইংৰাজী: Sudeshna) হৈছে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা মৎসদেশৰ ৰজা বিৰাটৰ পত্নী তথা অভিমন্যুৰ পত্নী উত্তৰাৰ মাতৃ আছিল সুদেষ্ণা। তেওঁ উত্তৰ কুমাৰৰ মাতৃ আৰু কীচকৰ ভনীয়েক আছিল। তেওঁ কেকয় ৰজাৰ কন্যা আছিল কাৰণে তেওঁক কৈকেয়ী বুলিও জনা যায়।[1][2]