সুভদ্ৰা কুমাৰী চৌহান | |
---|---|
সুভদ্ৰা কুমাৰী চৌহান | |
জন্ম | ১৬ আগষ্ট, ১৯০৪ এলাহাবাদ জিলা, আগ্ৰা আৰু অওধ সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৫ ফেব্ৰুৱাৰী, ১৯৪৮ (৪৩ বছৰ)[1] চিয়ন, চেণ্ট্ৰেল প্ৰভিঞ্চ আৰু বেৰাৰ, ভাৰত |
পেচা | কবি |
ভাষা | হিন্দী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
সময় | ১৯০৪-১৯৪৮ |
ধৰণ | কবিতা |
বিষয় | হিন্দী সাহিত্য |
দাম্পত্যসংগী | ঠাকুৰ লক্ষ্মণ সিং চৌহান |
সন্তান | ৫ |
সুভদ্ৰা কুমাৰী চৌহান (১৬ অক্টোবৰ ১৯০৪- ১৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় কবি। তেখেতৰ জনপ্ৰিয় কবিতাটি হ'ল "ঝাঁসি কি ৰাণী।" সুভদ্ৰা কুমাৰী চৌহান জন্ম হৈছিল ১৯০৪ চনৰ ১৬ আগষ্ট তাৰিখে, এলাহবাদত। তেখেতৰ অন্যান্য কবিতাসমূহ হ'ল- "জালিয়ানওয়ালাবাগৰ বসন্ত", "বীৰন কা কেইসা হো বসন্ত", "ৰাখি কি চুনৌটি আৰু বিধা" ইত্যাদি। তেখেতৰ কবিতাৰে ভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰাণিত কৰিছিল।