এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
সেউজীয়া পাত বেং Rhacophorus bipunctatus | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
see text
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Amphibia |
উপশ্ৰেণী: | Lissamphibia |
বৰ্গ: | Anura |
উপবৰ্গ: | Neobatrachia |
পৰিয়াল: | Rhacophoridae |
উপপৰিয়াল: | Rhacophorinae |
গণ: | Rhacophorus |
প্ৰজাতি: | R. bipunctatus |
বৈজ্ঞানিক নাম | |
Rhacophorus bipunctatus Ahl, 1927 | |
সমাৰ্থক | |
Rhacophorus bimaculatus Boulenger, 1882 (non Peters, 1867: preoccupied) |
সেউজীয়া পাত বেং (ইংৰাজী: Twin-spotted Tree Frog, বৈজ্ঞানিক নাম-Rhacophorus bipunctatus) 'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভেকুলীৰ প্ৰজাতি৷ এই ভেকুলীবিধ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে৷
সেউজীয়া পাত বেং এটা সৰু আকাৰৰ পাত বেং৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য পূৰ্ণবয়স্ক অৱস্থাত প্ৰায় ৩৭-৬০ মিমি ৷ সাধাৰণতে মাইকী সেউজীয়া পাত বেঙৰ আকাৰ মতাটোতকৈ ডাঙৰ হয়৷ ইয়াৰ ঠি অংশ গাঢ় সেউজীয়া আৰু কেতিয়াবা নীলা বা বেঙুণীয়া হোৱাও দেখা যায়৷
এই ভেকুলীবিধ দক্ষিণ-পূব এছিয়াৰ দেশসমূহত বিস্তৃত হৈ আছে৷ possibly to southeastern China and south to Malaysia. Due to the identification problems surrounding this species, the eastern and southern limits of its range remain undetermined; all that is known is that the species certainly occurs in the border region of India, Bangladesh, China and Myanmar; its range might extend south to Malaysia, as similar frogs have been reported from Pahang.[1]
Its natural habitats are subtropical or tropical moist montane forests, subtropical or tropical high-altitude shrubland, intermittent rivers, freshwater marshes, intermittent freshwater marshes, plantations and rural gardens. It is known from altitudes of several hundreds of meters ASL to more than 2,000 meters ASL; it is unclear whether this species is ever found in the lowlands.