সোঁৱালু | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Angiosperms |
শ্ৰেণী: | Magnoliids |
বৰ্গ: | Laurales |
পৰিয়াল: | Lauraceae |
গণ: | Litsea |
প্ৰজাতি: | L. monopetala |
বৈজ্ঞানিক নাম | |
Litsea monopetala |
লিছিয়া ম’ন’পেটেলা (Litsea monopetala) হৈছে লিছিয়া (Litsea) গণৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ অসমীয়া নাম হৈছে সোঁৱালু। ইয়াক নেপালৰ অৰণ্যত পোৱা যায়। নেপালৰ বাহিৰেও কোমাওনৰ পৰা চিকিম, বাংলাদেশ, বাৰ্মা আৰু দক্ষিণ-পূৱ চীন[1] ভাৰততো এই উদ্ভিদ পোৱা যায়।[2] মুগা পলুৱে এই গছৰ পাত খায়।
ই প্ৰায় ১৮ মিটাৰলৈকে ওখ আৰু ব্যাসাৰ্ধ প্ৰায় ৬০ চেমি. হয়। কাঠৰ ঘনত্ব প্ৰায় ১৫% আৰু আৰ্দ্ৰতা ৫৪০ kg/cbm হয়।[3]