সৰল ইংৰাজী ৱিকিপিডিয়া

Favicon of Wikipedia সৰল ইংৰাজী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল simple.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ইংৰাজী es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

সৰল ইংৰাজী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৫২,৪৬৮ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনত সৰল ইংৰাজী ৱিকিপিডিয়াৰ ২,৫২,৪৬৮টা প্ৰবন্ধ, ১৪,৫৮,০০০ গৰাকী সম্পাদক, ১৯ গৰাকী প্ৰশাসক আৰু ৩৬টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৯৫,৫৪,৫৪০।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]