সৰ্বপ্ৰাণবাদ[1] (ইংৰাজী: Animism; জীৱবাদ বুলিও কোৱা হয়) হৈছে বস্তু, স্থান আৰু জীৱৰ সকলোৰে এক সুকীয়া আধ্যাত্মিক সত্তা আছে বুলি বিশ্বাস কৰা মতবাদ।[2][3]সৰ্বপ্ৰাণবাদীয়ে সকলো বস্তু, প্ৰাণী-উদ্ভিদ, শিল, নদী, বতৰ ইত্যাদিক কিছুমান ক্ষেত্ৰত সজীৱ আৰু জীৱন্ত বুলি গণ্য কৰে। সংগঠিত ধৰ্মৰ তুলনামূলকভাৱে শেহতীয়া বিকাশৰ বিপৰীতে ধৰ্মৰ নৃতত্ত্বত বহুতো খিলঞ্জীয়া লোকবিশ্বাস পদ্ধতি হিচাপে জীৱবাদ ব্যৱহাৰ কৰা হয়।[4] সৰ্বপ্ৰাণবাদীয়ে আধ্যাত্মিক বিশ্বব্ৰহ্মাণ্ডৰ লগতে অভৌতিক আত্মাৰ ধাৰণাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।[5]
- ↑ "Animism". xobdo.org. http://xobdo.org/dic/animism। আহৰণ কৰা হৈছে: 26 May 2023.
- ↑ Stringer, Martin D. (1999). "Rethinking Animism: Thoughts from the Infancy of our Discipline". Journal of the Royal Anthropological Institute খণ্ড 5 (4): 541–56. doi:10.2307/2661147.
- ↑ Hornborg, Alf (2006). "Animism, fetishism, and objectivism as strategies for knowing (or not knowing) the world". Ethnos: Journal of Anthropology খণ্ড 71 (1): 21–32. doi:10.1080/00141840600603129.
- ↑ Hicks, David (2010). Ritual and Belief: Readings in the Anthropology of Religion (3 সম্পাদনা). Roman Altamira. পৃষ্ঠা. 359. "Tylor's notion of animism—for him the first religion—included the assumption that early Homo sapiens had invested animals and plants with souls ..."
- ↑ "Animism". ELMAR Project (University of Cumbria). 1998–1999. http://www.philtar.ac.uk/encyclopedia/seasia/animism.html.