Render of HySIS | |
নিয়ন্ত্ৰক | ইছৰো |
---|---|
COSPAR ID | 2018-096A |
SATCAT no. | 43719 |
অভিযানৰ সময় | পৰিকল্পিত: ৫ বছৰ[1] Elapsed: 5 years, 11 months, 28 days |
মহাকাশযানৰ বৈশিষ্টসমূহ | |
বাছ | IMS-2 |
উত্ক্ষেপিত ভৰ | ৩৮০ কিলোগ্ৰাম (৮৪০ পাউণ্ড) |
মাত্ৰা | ২.১৫৮ × ১.৩৮৭ × ১.১৫৭ মিটাৰ (Stowed) |
অভিযানৰ আৰম্ভণি | |
উৎক্ষেপণৰ তাৰিখ | 04:27:30 UTC 29 November 2018 |
ৰকেট | পি এছ এল ভি-চি৪৩ |
উৎক্ষেপণ স্থলী | সতীশ ধৱন মহাকাশ কেন্দ্ৰ |
কক্ষীয় পৰিমাপসমূহ | |
প্ৰসংগ প্ৰণালী | Geocentric |
Regime | SSO |
Inclination | ৯৭.৯৫° |
পৰ্যায়কাল | ৯৭ মিনিট ২৬ ছেকেণ্ড |
Repeat interval | ১৩৩ orbits |
হাইছিছ (HySIS) হৈছে ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ[2]। ইয়াক ইছৰোৱে ২৯ নৱেম্বৰ ২০১৮ চনত মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াক ইছৰোৱে নিৰ্মাণ কৰি উলিয়াই[2]।
পি এছ এল ভি-চি৪৩ৰ দ্বাৰা হাইছিছ উৎক্ষেপণ কৰা হয়। ৪:২৭:৩০ ইউ টি চি সময় অনুসৰি। ১৭ মিনিট ১৯ ছেকেণ্ড উৰণৰ পাছত হাইছিছক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।[3][4][5]