হালধীয়া হেলেন | |
---|---|
Dorsal view of Papilio nephelus chaon at Jayanti in Buxa Tiger Reserve in Jalpaiguri district of West Bengal, India | |
Ventral view of Yellow Helen | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
প্ৰজাতি: | P. nephelus |
বৈজ্ঞানিক নাম | |
Papilio nephelus Boisduval, 1836 | |
সমাৰ্থক | |
Princeps nephelus |
হালধীয়া হেলেন ইংৰাজী: Yellow Helen, বৈজ্ঞানিক নাম-Papilio nephelus) পেপিলিঅ'নিডি (Papilionidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷
হালধীয়া হেলেনৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১০-১২ ছে:মি: হয়: পাখিৰ বৰণ মূলতঃ ক'লা৷ আগফালৰ পাখি (fore wing) বগা সৰু সৰু ফোঁট আৰু পিছফালৰ পাখি (hind wing)ত ডাঙৰকৈ বগা বা হালধীয়া বৰণৰ দাগ থকা দেখা যায়৷ পাখিৰ তলৰ আৰু ওপৰফালৰ বৰণ প্ৰায় একে৷ পিছফালৰ পাখিৰ কাষ (margins) ঢৌখেলোৱা ধৰণৰ হয়৷ ইয়াৰ থৰাক্স আৰু পেট অংশ ক'লাবৰণৰ হয়৷ [2]
হালধীয়া হেলেনৰ মতা আৰু মাইকী পখিলা দেখিবলৈ প্ৰায় একে হয়৷ [3]
Larvae feed on Toddalia asiatica, Euodia meliifolia, Fagra rhetsa, Citrus spp. and Zanthoxylum rhetsa.[4]
Papilio nephelus প্ৰজাতিটো helenus গোটৰ অন্তৰ্ভুক্ত৷ এই গোটৰ অন্যান্য পখিলাবোৰ হ'ল-
হালধীয়া হেলেন পখিলাবিধ নেপাল, ছিক্কিম, অসম, চীন , ম্যানমাৰ, থাইলেণ্ড আৰু ইন্দোনেছিয়া আদি দেশত দেখিবলৈ পোৱা যায়৷ [2][4]
হালধীয়া হেলেন পখিলাৰ কেইবাটাও উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে উল্লেখযোগ্য উপ-প্ৰজাতিসমূহ হ'ল-
ই সাধাৰণতে বনাঞ্চলৰ আশে-পাশে বাস কৰে৷