হিনা খান Hina Khan | |
---|---|
![]() কৌশল যোশীৰ বিয়াত হিনা খান | |
জন্ম | ০২ অক্টোবৰ, ১৯৮৭ (৩৭ বছৰ)[1] শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ, ভাৰত |
শিক্ষানুষ্ঠান | কৰ্ণেল চেণ্ট্ৰেল একাডেমী স্কুল অৱ মেনেজমেণ্ট |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০০৯ - বৰ্তমান |
জনা যায় |
|
অংশীদাৰ | ৰকি জয়ছৱাল (২০১৪–বৰ্তমান)[2] |
হিনা খান (ইংৰাজী: Hina Khan); জন্ম: ২ অক্টোবৰ ১৯৮৭))[1]এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছন আৰু চলচ্চিত্ৰত অভিনয় কৰে। ষ্টাৰ প্লাছৰ য়েহ ৰিষ্ঠা ক্যা কেহলাতা হাই[3] ত অক্ষৰা আৰু কছ'উটি জিন্দাগী কে ২ ত কম'লিকাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।[4]২০১৭ চনত তেওঁ ৰিয়েলিটি শ্ব' ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ৮[5] আৰু বিগ বছ ১১[6]ত অংশগ্ৰহণ কৰে আৰু দুয়োটাতে ৰানাৰ্ছ আপ হিচাপে আত্মপ্ৰকাশ কৰে।