এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
হেৰমান কাৰ্ম হেস্ (ইংৰাজী: Hermann Karl Hesse) (২ জুলাই ১৮৭৭-৯ আগষ্ট ১৯৬২) আছিল জাৰ্মানীত জন্ম গ্ৰহণ কৰা এজন বিশিষ্ট কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে।[1] ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত ১৯২২ চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল।