হৰিৎ প্ৰদেশ | |
---|---|
প্ৰস্তাৱিত ৰাজ্য | |
দেশ | ভাৰত |
অঞ্চল | উত্তৰ ভাৰত |
প্ৰস্তাৱিত ৰাজধানী | আগ্ৰা, মীৰাট |
প্ৰস্তাৱিত সংমণ্ডল সমূহ | তালিকা
|
হৰিৎ প্ৰদেশ হৈছে ভাৰতৰ এখন প্ৰস্তাৱিত ৰাজ্য যি উত্তৰ প্ৰদেশৰ পশ্চিম অংশক সামৰি লয়।[1] হৰিৎ শব্দৰ অৰ্থ হৈছে সেউজীয়া যি অঞ্চলটোৰ কৃষিক্ষেত্ৰৰ উন্নত অৱস্থাক প্ৰতিনিধিত্ব কৰে।
এই অঞ্চলটোৰ জনসাংখ্যিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বৈশিষ্ট আৰু গঠন উত্তৰ প্ৰদেশৰ আন অংশৰ তুলনাত পৃথক। হাৰিয়ানা, পঞ্জাব আৰু উত্তৰ ৰাজস্থানৰ সৈতেহে এই অঞ্চলটোৰ অধিক মিল দেখা যায়।
পশ্চিম উত্তৰ প্ৰদেশে ২২ খন জিলা আৰু ছটা প্ৰশাসনিক বিভাগ বা সংমণ্ডলক সামৰি লয়