১০ মে' (ইংৰাজী: 10 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।
- ১৯০১- বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
- ১৯৮১- মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।
- ১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।
- ১৯৭৭ - গিৰিধৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ১৯৯৮ - কাঞ্চন বৰুৱা, অসমীয়া ঔপন্যাসিক।
- ২০০২ - কাইফি আজমী, ভাৰতীয় কবি আৰু গীতিকাৰ।
- ২০২০ - গোকুল পাঠক, অসমৰ লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক।
- ২০২২ - শিৱকুমাৰ শৰ্মা, ভাৰতীয় সন্তুৰ বাদক।