১৮ ফেব্ৰুৱাৰী

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

১৮ ফেব্ৰুৱাৰী (ইংৰাজী: 18 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৬টা দিন (অধিবৰ্ষত ৩১৭ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ১৯৮৩ - অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা ছঘণ্টা জুৰি চলা নেলীৰ হত্যাকাণ্ডত মুঠ ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল(বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)।
  • ১৫৬৪ - মাইকেলেঞ্জেল', ইটালীৰ ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]