| ||||
---|---|---|---|---|
অংকবাচক | two | |||
পূৰণবাচক | দ্বিতীয় (second) | |||
Factorization | prime | |||
Greek numeral | Β´ | |||
Roman numeral | II | |||
বাইনেৰি | 102 | |||
Ternary | 23 | |||
Quaternary | 24 | |||
Quinary | 25 | |||
Senary | 26 | |||
Octal | 28 | |||
Duodecimal | 212 | |||
Hexadecimal | 216 | |||
Vigesimal | 220 | |||
Base 36 | 236 |
২ হ'ল ১ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।[1]
২ এটি চফী জাৰ্মেইন্ যুগ্ম সংখ্যা।[2], এটি ৰামানুজ যুগ্ম সংখ্যা[3]
২ৰ দুটা গুণনীয়ক আছে-- ১ আৰু ২[4] অৰ্থাৎ ২ এটি মৌলিক সংখ্যা। ২ আতাইতকৈ সৰু মৈলিক সংখ্যা আৰু[5] একমাত্ৰ যুগ্ম মৌলিক সংখ্যা[6]
২ৰে বিভাজ্য যিকোনো সংখ্যাকে 'যুগ্ম সংখ্যা বোলে।[7] যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহ'লে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।[8]