![]() | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সমূহৰ ফলাফল (মিত্ৰ জোঁট হিচাপত)
![]() | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়।[3] ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন।[4][5] ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ভাৰতৰ মুঠ ভোটাৰৰ সংখ্যা ৮১৪.৫ মিলিয়ন চুইছেগৈ আৰু ই সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ॥[6] বিগত ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত এইটো নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা ১০০ মিলিয়নলৈ বৃদ্ধি পাইছে।[7]
মুঠ ভোটাৰৰ প্ৰায় ২.৭ শতাংশ (২৩.১ মিলিয়ন)ৰৰে বয়স ১৮-১৯ বছৰৰ ভিতৰত।[8] দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা মুঠ ৮,৫২১জন প্ৰাৰ্থীয়ে এই সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছিল।[9] নটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অভিলেখ সংখ্যক ৬৬.৩৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাবস্ত্য কৰিছিল।[9]
পঞ্চদশ লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ পোন্ধৰ দিন পূৰ্বে ২০১৪ চনৰ ১৬ এপ্ৰিল তাৰিখে সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। পঞ্চদশ লোকসভাৰ কাৰ্যকাল ২০১৪ চনৰ ৩১ মে'ত যৱনিকা পৰাৰ কথা আছিল।[10] দেশৰ ৯৮৯টা ভোট গণনা কেন্দ্ৰত ভোটৰ গণনা কৰা হৈছিল।[9] ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (ভাৰত)ই ৩৩৬খন আসনত বিজয় সাবস্ত্য কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে ২৮২টা আসন লাভ কৰি এককভাৱে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। ভাৰতৰ সাধাৰণ নিৰ্বাচনত ১৯৮৪ চনৰ পাছত এয়েই প্ৰথম ঘটনা।[11] ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল পাৰ্টীয়ে মাত্ৰ ৫৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয়।[2] ইয়াৰে ৪৪খন আসন ভাৰীয় জাতীয় কংগ্ৰছ দলৰ।[1][12] এনেদৰেই বি জে পি আৰু ইয়াৰ মিত্ৰ দল সমূহে ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত পোন প্ৰথমবাৰৰ বাবে largest majority government গঠন কৰাৰ সুযোগ লাভ কৰিছে।[13]
প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ ৪৮ ঘণ্টাৰ আগৰ পৰা নৱম পৰ্যায়ৰ ভোট গ্ৰহণৰ শেষলৈকে ভাৰতীয় নিৰ্বাচন আয়োগে সকলো ধৰণৰ এগ্জিত প’ল প্ৰকাশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। পূৰ্ব পৰ্যায়ৰ এগ্জিত প’লৰ প্ৰচাৰে পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সিদ্ধান্ত সলনি নহ’বলৈ এই সিদ্ধান্ত লোৱা হৈছিল। ২০১৪ চনৰ ১৪ মে’ৰ সন্ধ্যা ৬-৩০ বজাত নৱম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱালৈকে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞা জাৰি আছিল।[14]
প্ৰকাশ | উৎস | প’লিং সংস্থা | |||
---|---|---|---|---|---|
এন ডি এ | ইউ পি এ | অন্যান্য | |||
১২ মে’, ২০১৪ | [15] | চি এন এন- আই বি এন – CSDS – Lokniti | ২৭৬ (±৬) | ৯৭ (±৫) | ১৪৮ (±২৩) |
[15][16] | ইণ্ডিয়া টুডে – Cicero | ২৭২ (±১১) | ১১৫ (±৫) | ১৫৬ (±৬) | |
[15][17] | নিউজ ২৪ – চানক্য | ৩৪০ (±১৪) | ৭০ (±৯) | ১৩৩ (±১১) | |
[15] | টাইমছ্ নাও – ORG | ২৪৯ | ১৪৮ | ১৪৬ | |
[15][18] | এ বি পি নিউজ – নীলসেন | ২৭৪ | ৯৭ | ১৬৫ | |
[15] | ইণ্ডিয়া টিভি – CVoter | ২৮৯ | ১০১ | ১৪৮ | |
১৪ মে’ ২০১৪ | [19][20] | এন ডি টি ভি – হংস ৰিচাৰ্ছ | ২৭৯ | ১০৩ | ১৬১ |
১২ মে’ ২০১৪ | [15] | Poll of Polls | ২৮৩ | ১০৫ | ১৪৯ |
১৬ মে’ ২০১৪ | প্ৰকৃত ফলাফল[2] | ৩৩৬ | ৫৮ | ১৪৯ |
৩৩৮ | ১৪৭ | ৬০ |
এন ডি এ | অন্যান্য | ইউ পি এ |
দল | বিজেপি | কংগ্ৰেছ | এ আই এ ডি এম কে | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ | বিজেডি | শিৱ সেনা | তেলুগু দেশম পাৰ্টী | |||||||||||||
নেতা | নৰেন্দ্ৰ মোদী | ৰাহুল গান্ধী | জয়াললিতা | মমতা বেনাৰ্জী | নবীন পাটনায়ক | উদ্ধৱ থাকৰে | চন্দ্ৰবাবু নাইডু | |||||||||||||
![]() |
![]() |
![]() |
![]() | |||||||||||||||||
ভোট | ৩১.০%, 171,637,684 | ১৯.৩%, 106,935,311 | ৩.৩%, 18,115,825 | ৩.৮%, 21,259,681 | ১.৭%, 9,491,497 | ১.৯%, 10,262,982 | ২.৫%, 14,094,545 | |||||||||||||
আসন | ২৮২ (৫১.৯%) | ৪৪ (৮.১%) | ৩৭ (৬.৮%) | ৩৪ (৬.২%) | ২০ (৩.৬%) | ১৮ (৩.৩%) | ১৮ (২.৯%) | |||||||||||||
২৮২ / ৫৪৩
|
৪৪ / ৫৪৩
|
৩৭ / ৫৪৩
|
৩৪ / ৫৪৩
|
২০ / ৫৪৩
|
১৮ / ৫৪৩
|
১৮ / ৫৪৩
|
Vote Share of different parties in the election.
ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দলগত ফলাফল এনে ধৰণৰ[21]:
দল | সংক্ষিপ্ত ৰূপ | আসন লাভ | পৰিবৰ্তন |
---|---|---|---|
ভাৰতীয় জনতা পাৰ্টি | BJP | 283 | |
ভাৰতীয় কমিউনিষ্ট পাৰ্টি | CPI | 1 | |
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | CPM | 9 | |
ভাৰতীয় জাতীয় কংগ্ৰেছ | INC | 43 | |
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) | 5 | ||
আম আদমী পাৰ্টি | আপ | 4 | |
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম | 37 | ||
সৰ্বভাৰতীয় এন.আৰ. কংগ্ৰেছ | 1 | ||
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ | 34 | ||
সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা | 3 | ||
বিজু জনতা দল | BJD | 20 | |
ইণ্ডিয়ান নেচনেল লোক দল | 2 | ||
ইণ্ডিয়ান ইউনিয়ন মুচলিম লীগ | 2 | ||
জম্মু-কাশ্মীৰ পিপ'লচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট | 3 | ||
জনতা দল (চেকুলাৰ) | JD (U) | 2 | |
জনতা দল (ইউনাইটেড) | JD (S) | 2 | |
ঝাৰখণ্ড মুক্তি মৰ্চা | 2 | ||
কেৰালা কংগ্ৰেছ (এম) | 1 | ||
লোকজন শক্তি পাৰ্টি | 6 | ||
নাগা পিপলচ্ ফ্ৰণ্ট | 1 | ||
নেচনেল পিপ'লচ্ পাৰ্টি (ইণ্ডিয়া) | 1 | ||
Pattali Makkal Katchi | 1 | ||
Rashtriya Janata Dal | 4 | ||
Revolutionary Socialist Party | 1 | ||
Samajwadi Party | SP | 5 | |
Shiromani Akali Dal | 4 | ||
Shivsena | 19 | ||
Sikkim Democratic Front | 1 | ||
Telangana Rashtra Samithi | 11 | ||
Telugu Desam | 16 | ||
All India Majlis-E-Ittehadul Muslimeen | 1 | ||
Apna Dal | 2 | ||
National Peoples Party | 1 | ||
Rashtriya Lok Samata Party | 3 | ||
Swabhimani Paksha | 1 | ||
Yuvajana Sramika Rythu Congress Party | 9 | ||
নিৰ্দলীয় | 3 | ||
Total | 543/543 |
|