২৩ মাৰ্চ

  
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

২৩ মাৰ্চ (ইংৰাজী: 23 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮২তম (অধিবৰ্ষত ৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৩টা দিন বাকী থাকে।

  • ১৯৩১ - ভগৎ সিং, (জ.১৯০৭), সুখদেব থাপৰ (জ.১৯০৮) আৰু শিৱৰাম ৰাজগুৰু (জ.১৯০৮) - ভাৰতৰ স্বাধীনতা সংগ্ৰামী। এই তিনিজনক ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে। এই দিনটো ভাৰতত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৯৫ - শক্তি চট্টোপাধ্যায়, বাঙালি কবি আৰু লিখক। (জন্ম: ২৫ নৱেম্বৰ,১৯৩৩)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]