ৰাষ্ট্ৰীয় ঘাইপথ 31 | |
---|---|
পথ তথ্য | |
Part of সাঁচ:AHN-AH | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
West end | Unnao |
East end | Samsi, Purnea (Spur Route) |
Location | |
States | Uttar Pradesh, Bihar, West Bengal |
Primary destinations | Lalganj, Raebareli, Salon, Pratapgarh, Machhlishahr, Jaunpur, Varanasi, Ghazipur, Ballia, Chhapra, Hajipur, Patna, Bakhtiyarpur, Mokama, Begusarai, Khagaria, Bihpur, Naugachia, Gosaingaon, Kursela, Kora, Katihar, Harishchanderpur, Purnea |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ ৩১) হৈছে ভাৰতৰ এক প্ৰাথমিক ৰাষ্ট্ৰীয় ঘাইপথ। ই উত্তৰ প্ৰদেশৰ উনাওৰ পৰা আৰম্ভ হয় আৰু বিহাৰৰ মাজেৰে পাৰ হৈ যায় আৰু পশ্চিম বংগৰ মালদা জিলাত ১০ ৰাষ্ট্ৰীয় ঘাইপথ (পশ্চিম বংগ)ৰ সৈতে ইয়াৰ ক্ৰছিংত সমাপ্ত হয়। এছএইচ ১০ (ৱেব)-এ ছামচিক এনএইচ ১২-ৰ সৈতে সংযোগ কৰে। ইয়াত কোৰাৰ পৰা পুৰণ্যলৈ এটা স্পোৰ পথ আছে।[1]
পূৱ-পশ্চিম দিশত ভাৰতৰ তিনিখন ৰাজ্যত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহন.[2]
উনাও, লালগাঞ্জ, ৰায়বেৰেলী, চেলুন, প্ৰতাপগড়, মাখলীশ্বাহৰ, যঁপুৰ, বাৰাণস, গাজিপুৰ, বেলিৱা - বিহাৰ সীমা।
চাপৰা, হাজিপুৰ, পাটনা, বখতিয়াৰপুৰ, মোকামা, বেগুশৰাই, খাগৰিয়ান, বিহপুৰ, কোৰা, কাটিহাৰ আৰু পুৰনিয়ালৈ স্পাৰা পথ।
হৰিশচন্দ্ৰপুৰ, খন্ত, চঞ্চল, সাম্সী
|
সাঁচ:National and State Highways in West Bengal সাঁচ:IND NH31 sr সাঁচ:AHN