৪ মে' (ইংৰাজী: 4 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম (অধিবৰ্ষত ১২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৩টা দিন বাকী থাকে।
- ১৮৫৪ - প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশিত হয়।
- ১৯৪২ - ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে।
- ১৯৭৯ - ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
- ১৯৮৯ - নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল।