৭ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৭তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।
- ১৭৬৮ - মাহ লাকা বাঈ, ভাৰতীয় কবি।
- ১৭৭০ - উইলিয়াম ৱৰ্ডছৱৰ্থ, ইংৰাজী ৰোমাণ্টিক কবি।
- ১৮৮৯ - গ্ৰেবিলা ম্ৰিষ্টেল, ন'বেল বঁটা প্ৰাপ্ত চিলিৰ কবি।
- ১৯২০ - ৰবি শংকৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
- ১৯২৬ - প্ৰেম নাজিৰ, ভাৰতীয় অভিনেতা।
- ১৯৪২ - জিতেন্দ্ৰ, ভাৰতীয় অভিনেতা।
- ১৯৪৭ - নগেন বৰা, অসমীয়া সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, আৰু সাংবাদিক।
- ১৯৫৪ - জেকী চান, হংকঙৰ অভিনেতা।
- ১৯৬০ - অতুল বৰা, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬২ - উদ্ধৱ ভৰালী, ভাৰতীয় উদ্ভাৱক।
- ১৯৮৮ - পাৰ্ৱতী থিৰুভথু, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯০ - মৈত্ৰেয়ী পাটৰ, ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী।