ৰাজস্থানী | |
---|---|
राजस्थानी Rājasthānī | |
থলুৱা অঞ্চল | ভাৰত, পাকিস্তান |
অঞ্চল | ৰাজস্থান আৰু পাৰ্শ্বৱৰ্তী ভাৰতীয় ৰাজ্য; ইয়াৰ উপৰিও পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশৰ কিছু কিছু অঞ্চলত এই ভাষাত কথা কোৱা হয়। |
স্থানীয় ভাষিক |
[1] |
ভাষা পৰিয়াল |
ইন্দো-ইউৰোপীয়
|
পূৰ্বসূৰী |
|
ভাষা সংকেত | |
ISO 639-2 | raj |
ISO 639-3 | raj – inclusive codeIndividual codes: bgq – Bagri gda – Gade Lohar gju – Gujari mup – Malvi wbr – Wagdi hoj – Hadothi lmn – Lambadi noe – Nimadi lrk – Loarki |
গ্লোটোলগ | raja1256 [3] |
ৰাজস্থানী ভাষা (দেৱনাগৰী: राजस्थानी) মূলত ৰাজস্থান ৰাজ্য আৰু হৰিয়ানা, পঞ্জাব, গুজৰাট আৰু মধ্য প্ৰদেশেৰ নিকটবৰ্তী অঞ্চলত ইন্দ-আৰ্য ভাষা গোষ্ঠীৰ এটি ভাষাক বুজায়। পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশত ৰাজস্থানী ভাষী মানুহ আছে। [4] ৰাজস্থানী ভাষা পাৰ্শ্বৱৰ্তী হিন্দী ভাষাৰ পৰা স্বতন্ত্ৰ যদিও কিছু ভাষাগত সমতাৰ বাবে ইয়াক হিন্দীৰ এটা উপভাষা বুলি ধাৰণা কৰা হয়। তথাপিও ভাষা বিজ্ঞান আৰু ভাষাবিজ্ঞানীসকলৰ মতে ৰাজস্থানী ভাষা এটা স্বতন্ত্ৰ ভাষা।
ভাৰতত ৰাজস্থানী ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। ইয়াৰ পূৰ্বে, মহাজনী লিপি বা মুৰিয়া লিপিত ৰাজস্থানী ভাষা লিখা হৈছিল।
|
|title=
specified when using {{Cite web}}".