ৱাল্ট হুইটমেন |
---|
|
জন্ম |
ৱেষ্ট হিলছ,নিউয়ক |
---|
মৃত্যু |
২৬ মাৰ্চ ১৮৯২ |
---|
ভাষা |
ইংৰাজী |
---|
ৰাষ্ট্ৰীয়তা |
আমেৰিকা |
---|
নাগৰিকত্ব |
আমেৰিকান |
ৱাল্ট হুইটমেন (ইংৰাজী: Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম।
[1]
১৮১৯ চনৰ ৩১ মে তাৰিখে নিউয়কৰ ৱেষ্ট হিলছত জন্ম হয়।[2]
১৮২৩ চনত তেওঁ ব্ৰুকালিন পাব্লিক এলিমেণ্টৰী স্কুলত ভৰ্তি হয় যদিও বাৰ বছৰ বয়সত স্কুল এৰি জীবিকা সন্ধানত চাকৰি কৰে।
[3]
তেওঁ প্ৰকালিন ইগল কাকতৰ প্ৰথমে মুদ্ৰণ আৰু শেষত সম্পাদক হয়।[4]
- লীভছ অব গ্ৰাছ (ঘাঁহৰ পাতবোৰ ১৮৫৫)
- ছং অব মাইছেলফ (মোৰ নিজৰ গান ১৮৫৫)
- অ কেপ্টেইন! মাই কেপ্টেইন
- পয়েমছ বাই ব্লাট হুইটমেন
- আইছিং দাবডি ইলক্টিক (১৮৫৫)
- ক্ৰছিং ব্ৰুকলিন ফেৰী (১৮৫৬)
- ড্ৰাম টেপ্স (১৮৬৫)
- ছং অব দ্যা অপেন ৰোড ( মুক্ত পথৰ গান)
১৮৯২ চনৰ ২৬ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।
- ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,প্ৰথম সংস্কৰণ:২০১২,পৃষ্টা নং:৫৪
- ↑ পাশ্বাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম সংষ্কৰণ:২০১২,পৃষ্টা নং:৫৪
- ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশন:অনন্ত হাজৰিকা,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪
- ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪