![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৱিকি সন্মিলন ভাৰত | |
---|---|
![]() ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩ ল'গ' | |
স্থিতি | Active |
স্থান | Hyderabad |
অৱস্থান | Hyderabad , India (28 to 30 April 2023) |
প্ৰথম সন্মিলন | 2011 |
শেষ সন্মিলন | 2023 |
Filing status | Non-profit |
আধিকাৰিক ৱেবছাইট | Wiki Conference India 2023 |
ৱিকি সন্মিলন ভাৰত বা ৱিকিকনফাৰেন্স ইণ্ডিয়া (ইংৰাজী: Wikiconference India) চমুকৈ WCI হৈছে ভাৰতত আয়োজিত এখন ৰাষ্ট্ৰীয় ৱিকিপিডিয়া সন্মিলন। প্ৰথম ৱিকি সন্মিলন ভাৰত ২০১১ চনৰ নৱেম্বৰ মাহত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হৈছিল।[1][2]
এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনে ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰতৰ ভাষা ভিত্তিক আন্দোলনৰ অন্যান্য দিশসমূহৰ প্ৰতি আগ্ৰহী দক্ষিণ এছিয়া অঞ্চলৰ ৱিকিমিডিয়ান আৰু অংশীদাৰসকলৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে। ইয়াত ৱিকিমিডিয়ান সকলক একেটা স্থানত লগ পোৱা, সংযোগ স্থাপন, কাহিনী, শিক্ষণ, উত্তম পদ্ধতি, আৰু প্ৰত্যাহ্বানৰ ভাগ-বতৰা, আৰু আমাৰ অঞ্চলৰ ভৱিষ্যত কৌশলৰ বিষয়ে আলোচনা কৰাৰ বাবে আয়োজিত এক অনুষ্ঠান। এই সন্মিলনখন ২০২৩ চনৰ ২৮ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে। [3]