প্ৰকাৰ | ব্যক্তিগত, ষ্টাৰ্ট আপ কোম্পানী |
---|---|
প্ৰতিষ্ঠা | ২০১৩ |
প্ৰতিষ্ঠাপক | লায়'ৰ গ্ৰছমেন, ইলান লেৱিন |
মূখ্য কাৰ্যালয় | ছান ফ্ৰান্সিছকো উপসাগৰীয় অঞ্চল |
কৰ্মৰ এলেকা | বিশ্বজোৰা |
কৰ্মচাৰী | ১০+ |
ৱেবছাইট | www |
পঞ্জীকৰণ | বৈকল্পিক |
উপলব্ধ ভাষা | ইংৰাজী |
বৰ্তমানৰ স্থিতি | অনলাইন |
ৱিকিৱাণ্ড (ইংৰাজী: Wikiwand) ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ চাবৰ উদ্দ্যেশ্যৰে বিকাশ ঘটোৱা এক ছফ্টৱেৰ ইণ্টাৰফেচ।[1] ই বহুকেইটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰত বিনামূলীয়া এক্সটেনশ্যন বা মোবাইল এপ্প হিচাপে উপলব্ধ। ই কাষ্টম নেভিগেশ্যন, বিজ্ঞাপন আৰু প্ৰায়োজিত প্ৰবন্ধসমূহৰ সৈতে এক ইণ্টাৰফেচ ইয়াত সংযোগ কৰে।[2]